মহিলাৰ বাবে উপযোগী ১০টা ব্যৱসায়ৰ উপায় 2017
সময়ৰ লগে লগে যিদৰে বিজ্ঞান-প্ৰযুক্তি ব্যৱসায়-বাণিজ্য আদিত পুৰুষ সকলে আগবাঢ়ি গৈছে নি- সন্দেহে মহিলা সকলো পিছপৰি থকা নাই। বৰ্তমান মহিলা সকলেও সময়ৰ সৈতে খোজ মিলাই সকলো দিশতেই আগবাঢ়ি গৈছে। আজি আমি ইয়াত এনেধৰণৰ ব্যৱসায়ীক ধাৰণাৰ বিষয়ে আলোচনা কৰিব লৈছোঁ যিবোৰ মহিলা সকলৰ বাবে উপযোগী। সৰু-অংক সৰু বাজেট সৰু মূলধন সৰু লাভৰ পৰাই লাহে লাহে বৃহৎ সফলতাৰ… Read More »